Thursday, 28 May 2015

Facebook Love

Germany Girl Found Her Soulmate in Assam
A Germany girl fell in love with an Assamese boy
from Borpothar in Golaghat on Facebook and now
they have decided to tie the knot.
The unusual couple, Abani Koch and Selly, met on
Facebook. As they continued to talk, they got
close and bonded really well. Abani fell in love
with Selly and confessed this to her. When he
was persistent, Selly flew down to India despite
all the words of caution she got at home,
suggesting he could be fake or a con man, etc.
But it just took one sight of the young man
outside the Jorhat Airport on May 17 for Selly to
make that life changing decision.
Selly was quoted confessing, "At first it was a
real struggle, but soon you realise you don't need
a fancy toilet or power shower to be happy." She
further adds, "I love my life here with Abani- I
wouldn't exchange it for anything in the
world."

Wednesday, 20 May 2015

নীতি শিক্ষা

লৰা এটাই গাড়ী
চলাই গৈ আছিলে।
ছোৱালী এজনীয়ে
তাক অ'ভাৰ টেক
কৰি গ'ল।
সি চিঞৰিলে-"
এই............. .গৰু !!"
তাই ওলোটাই
চিঞৰিলে- " you
donkey! idot!
stupid!!!"
.
.
এনেতে ৰাস্তা
cross কৰি থকা
গৰু এটাৰ লগত
তাইৰ গাড়ীখনে
খুন্দিয়ালে...!
.
.
.
.
.
নীতিকথা- ল'ৰাই
কি কব খোজে
ছোৱালীয়ে
কেতিয়াও
বুজিবলৈ চেষ্টা
নকৰে!

Sunday, 3 May 2015

CYBER CRIME

আপুনি যদি কাৰোবাৰ প্ৰেমিকা,
তেন্তে কথাটো গুৰুত্তদিব বুলি
আশা
ৰাখিলো >>>আজি কালি যুৱ
প্ৰজন্মৰ
বাবে কমন কথা "প্ৰেম আৰুশাৰীৰিক
সম্পৰ্ক ৷" এতিয়া হয়তো কব এইটো
আৰুকিবা কব লগা কথা নে ৷ আমি
জানো এনেকুৱা কথাবোৰ ৷বৰ্তমান
যুগটোয়ে এনেকুৱা ৷শাৰীৰিক
সম্পৰ্ক
কৰাত মই বাধা নিদিও ৷ কিন্তু
ইয়াৰফলত বহুতো অবিবাহিত নাৰীৰ
জীৱন ধংস হৈছে ৷পিছে সাৱধান
আজিৰ দিনতেই বিজ্ঞান
প্ৰযুক্তি
বহুতআগবাঢ়ি গৈছে বাবে ৷ সেয়ে
অশ্লীল ভিডিঅ ক্লিপওলোৱাতেও
বেচি সময় নালাগে ৷ তেনে হ'লে
বিপদতপৰিব পাৰে ৷ বিশেষ কৈ নাৰী
বোৰ ৷যদিহে সাবধনতা অবলম্বন নকৰে
তেনেহলে দুৰ্নাম কঢ়িয়াবলৈ
বেচি
সময় নালাগে ৷ তাৰেই দুটা
মানফৰ্মূলা
আগবঢ়ালো -1: বয়ফ্ৰেণ্ডক
যেতিয়াই
পাৰ্কতলগ কৰিব যায়তেতিয়া
চাৰিওফালে চাই লওক ৷ কৰোবাত
কোনোবাইআপানোলকৰ অন্তৰতা
খিনি
মোবাইলতআৱদ্ধকৰি আছে নেকি ৷
2: বয়ফ্ৰেণ্ডৰ লগত যেতিয়াই
হোটেলৰ
গোপনকোঠালৈ যাব তেতিয়াও
লক্ষ্য
কৰক কোঠাটোত কৰোবাতপূৰ্বৰ পৰাই
কেমেৰা লগাই থোৱা আছে নেকি
৷যদি
আছে সেই কোঠাটো লগে লগে
পৰিহাৰ
কৰক ৷লাগিলে আপোনাৰ প্ৰেমিকে
যিমানেঅভিমান নকৰক কিয়৷ যদি
সচাকৈ ভালপায় তেন্তে নিশ্চয়
মানিব ৷নামানিলে বুজিব আপোনাৰ
জীৱন ধংস কৰাৰ প্লেন বনাইছিল ৷
3: বয়ফ্ৰেণ্ডৰ যিমানে আপোন নহওক
কিয়, শাৰীৰিকসম্পৰ্ক কৰি
থাকোতে
যদি একপিও ফটো মাৰিববিচাৰে বা
ভিডিঅ লব বিছাৰে/ লৈছে তেন্তে
সেই ফটো/ক্লিপ চকুৰ সন্মুখতে
ডিলেট
কৰক ৷পাৰিলে আপুনি তেওঁৰ পৰা
মোবাইলটো লৈ লওক ৷বা তেওঁৰ পৰা
মোবাইলটো বিচাৰি লুকুৱাইয়ে
থওক
৷লাগিলে তেওঁ যিমানে বেয়া
নাপাওক
কিয় ৷যদি কালি আপোনাৰ ব্ৰেক
হয়,
আৰু সেই ফটোবোৰ নেটতদিব ৷ নাইবা
সম্পৰ্ক ব্ৰেক হৈ যোৱাৰ
পিছতআপুনি
যেতিয়া অইন এজনক ভাল পাব ৷
তেতিয়া হয়তো তেওঁ সুবিধা লব
৷ এক
কথাত ব্লেক মেইলকৰিব ৷ আৰু তেওঁৰ
দাবী নামানিলে আপোনাৰ পৰ্ণ
ভিডিঅওলাবলৈ বেচি সময়
নালাগিব ৷
কথা কেইটা মনোযোগ দিলে ভাল
লাগিব ॥

ফেটি সাপ