আপুনি যদি কাৰোবাৰ প্ৰেমিকা,
তেন্তে কথাটো গুৰুত্তদিব বুলি
আশা
ৰাখিলো >>>আজি কালি যুৱ
প্ৰজন্মৰ
বাবে কমন কথা "প্ৰেম আৰুশাৰীৰিক
সম্পৰ্ক ৷" এতিয়া হয়তো কব এইটো
আৰুকিবা কব লগা কথা নে ৷ আমি
জানো এনেকুৱা কথাবোৰ ৷বৰ্তমান
যুগটোয়ে এনেকুৱা ৷শাৰীৰিক
সম্পৰ্ক
কৰাত মই বাধা নিদিও ৷ কিন্তু
ইয়াৰফলত বহুতো অবিবাহিত নাৰীৰ
জীৱন ধংস হৈছে ৷পিছে সাৱধান
আজিৰ দিনতেই বিজ্ঞান
প্ৰযুক্তি
বহুতআগবাঢ়ি গৈছে বাবে ৷ সেয়ে
অশ্লীল ভিডিঅ ক্লিপওলোৱাতেও
বেচি সময় নালাগে ৷ তেনে হ'লে
বিপদতপৰিব পাৰে ৷ বিশেষ কৈ নাৰী
বোৰ ৷যদিহে সাবধনতা অবলম্বন নকৰে
তেনেহলে দুৰ্নাম কঢ়িয়াবলৈ
বেচি
সময় নালাগে ৷ তাৰেই দুটা
মানফৰ্মূলা
আগবঢ়ালো -1: বয়ফ্ৰেণ্ডক
যেতিয়াই
পাৰ্কতলগ কৰিব যায়তেতিয়া
চাৰিওফালে চাই লওক ৷ কৰোবাত
কোনোবাইআপানোলকৰ অন্তৰতা
খিনি
মোবাইলতআৱদ্ধকৰি আছে নেকি ৷
2: বয়ফ্ৰেণ্ডৰ লগত যেতিয়াই
হোটেলৰ
গোপনকোঠালৈ যাব তেতিয়াও
লক্ষ্য
কৰক কোঠাটোত কৰোবাতপূৰ্বৰ পৰাই
কেমেৰা লগাই থোৱা আছে নেকি
৷যদি
আছে সেই কোঠাটো লগে লগে
পৰিহাৰ
কৰক ৷লাগিলে আপোনাৰ প্ৰেমিকে
যিমানেঅভিমান নকৰক কিয়৷ যদি
সচাকৈ ভালপায় তেন্তে নিশ্চয়
মানিব ৷নামানিলে বুজিব আপোনাৰ
জীৱন ধংস কৰাৰ প্লেন বনাইছিল ৷
3: বয়ফ্ৰেণ্ডৰ যিমানে আপোন নহওক
কিয়, শাৰীৰিকসম্পৰ্ক কৰি
থাকোতে
যদি একপিও ফটো মাৰিববিচাৰে বা
ভিডিঅ লব বিছাৰে/ লৈছে তেন্তে
সেই ফটো/ক্লিপ চকুৰ সন্মুখতে
ডিলেট
কৰক ৷পাৰিলে আপুনি তেওঁৰ পৰা
মোবাইলটো লৈ লওক ৷বা তেওঁৰ পৰা
মোবাইলটো বিচাৰি লুকুৱাইয়ে
থওক
৷লাগিলে তেওঁ যিমানে বেয়া
নাপাওক
কিয় ৷যদি কালি আপোনাৰ ব্ৰেক
হয়,
আৰু সেই ফটোবোৰ নেটতদিব ৷ নাইবা
সম্পৰ্ক ব্ৰেক হৈ যোৱাৰ
পিছতআপুনি
যেতিয়া অইন এজনক ভাল পাব ৷
তেতিয়া হয়তো তেওঁ সুবিধা লব
৷ এক
কথাত ব্লেক মেইলকৰিব ৷ আৰু তেওঁৰ
দাবী নামানিলে আপোনাৰ পৰ্ণ
ভিডিঅওলাবলৈ বেচি সময়
নালাগিব ৷
কথা কেইটা মনোযোগ দিলে ভাল
লাগিব ॥
Sunday, 3 May 2015
CYBER CRIME
Subscribe to:
Post Comments (Atom)
-
শুনিব পোৱা মতে ভুত কেইবাবিধৰো আছে। ইয়াৰে কিছুমান মাৰাত্মক,কিছুমান এনেয়ে ভয় খুওৱা স্বভাবৰ। তলত দুবিধমানৰ চিনাকি এটা আগবঢ়ালো- 1. দাউলাঃ- ...
No comments:
Post a Comment