লৰা এটাই গাড়ী
চলাই গৈ আছিলে।
ছোৱালী এজনীয়ে
তাক অ'ভাৰ টেক
কৰি গ'ল।
সি চিঞৰিলে-"
এই............. .গৰু !!"
তাই ওলোটাই
চিঞৰিলে- " you
donkey! idot!
stupid!!!"
.
.
এনেতে ৰাস্তা
cross কৰি থকা
গৰু এটাৰ লগত
তাইৰ গাড়ীখনে
খুন্দিয়ালে...!
.
.
.
.
.
নীতিকথা- ল'ৰাই
কি কব খোজে
ছোৱালীয়ে
কেতিয়াও
বুজিবলৈ চেষ্টা
নকৰে!
Wednesday, 20 May 2015
নীতি শিক্ষা
Subscribe to:
Post Comments (Atom)
-
শুনিব পোৱা মতে ভুত কেইবাবিধৰো আছে। ইয়াৰে কিছুমান মাৰাত্মক,কিছুমান এনেয়ে ভয় খুওৱা স্বভাবৰ। তলত দুবিধমানৰ চিনাকি এটা আগবঢ়ালো- 1. দাউলাঃ- ...
-
চূণ আৰু ইয়াৰ উপকাৰিতা : সচৰাচৰ আমি তামোলৰ লগত বা চাধাৰ লগত চূণ খাও । এই চূণৰ প্ৰায় 70 বিধ ৰোগ ঠিক কৰিব পৰা গুণ আছে । তাৰে কেইটামান বহুত...
No comments:
Post a Comment