জীৱনৰ শ্ৰেষ্ঠ সময়ছোৱা...1.প্ৰথমবাৰ প্ৰেমত পৰা.....!!!2. আন্তিম পৰীক্ষা সুক্ষাতিৰে পাছকৰা.....!!!3. পুৱতি নিশা সাৰপাই আৰু কিছু সময়শুবলৈ পাম বুলি পুনৰ শুই পৰা......!!!4. কলেজলৈ বুলি ওলাই যাওঁতে আজি এটাওক্লাছ নহয় বুলি বন্ধুৰ পৰা এটা ফোনকলপোৱা......!!!5. সেই আপোনজনক দেখি অন্তৰৰ কোনোবাএটি কোণত পখিলাৰ পাখিৰ কোলাহল অনুভৱকৰা (feeling garden garden ).....!!!6. এজন পুৰণি বন্ধু/বান্ধবী বহুত বছৰৰপাছত লগ পোৱা আৰু এইটো অনুভৱ কৰা যেনএতিয়াও আমি দুয়োজন সেই একে হৈ আছো.........!!!7. এটি সদ্যজন্ম শিশুৰ এখন হাত ভয়ে ভয়েস্পৰ্শ কৰা.....!!!8. দেওবাৰে সন্ধিয়া এজন বন্ধুৰ সৈতেসুখ দুখৰ কথা পাতি চাহ আদ্দা মৰা....... !!!9. নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰানিজৰ একান্তই অকলশৰীয়া সময়ত এটিমেছেজ বা ফোনলৈ অপেক্ষা কৰা.......!!!10. উদ্দেশ্য বিহীন ভাৱে এটি মৌনসৰ্পিল পথত নিজৰ পচন্দৰ গীত শুনি শুনিদিশহীন ভাৱে গৈ থকা....!!!11. এটি ৰাজপথত উৎকত গৰমত কিনকিনীয়াবৰষুণ জাকত তিতি বৰষুণ খেদি খেদি বাইকচলাই যোৱা...... !!!12. নিজৰ প্ৰিয়জনৰ সৈতে এখন দাপোনৰআগত ঠিয় হৈ কথা পাতি এটি অদ্ভুত শিহৰণঅনুভৱ কৰা....!!!আৰু একেবাৰে শেষত......13. যেতিয়া আপুনি এই লিখনিটো পঢ়িছেতেতিয়া আপোনাৰ অন্তৰৰ এটি নিভৃতকোণত এটি মিঠা হাঁহি আপোনাৰমুখঃমণ্ডল লৈকে বিয়পি পৰিছে...... মইবিশ্বাস কৰো যে এই হাঁহি থকা সময়কণআপোনাৰ মোৰ জীৱনৰ শ্ৰেষ্ঠ সময়.....!!!!হাঁহি থাকক...... মই নহয় সকলোৱেইআপোনাক কব যে এই মিচিকিয়াহাঁহিটোৰে আপোনাক বৰ ধুনীয়া লাগিছেবুলি ....!!!
No comments:
Post a Comment