এজন পুৰুষৰ জীৱনত এগৰাকী পত্নী বা
প্ৰেমিকাৰ কিয় প্ৰয়োজন..........
আপোনালোকে বিশ্বাস কৰক বা
নকৰক......
[1]যেতিয়া আপুনি দুখত বা হতাশাত
ভুগে সেইসময়ত সেইপুৰুষজনৰ ওচৰত কোনো
থাকক বা নাথাকক কিন্তু সেইসময়ত
পত্নী বা প্ৰেমিকা গৰাকী ওচৰত
থাকিবৈ অৰ্থাৎ আপোনাক কেতিয়াও
অকলশৰীয়া অনুভব কৰিব নিদিয়ে ।
[2]প্ৰত্যেকদিনা প্ৰত্যেক সময়তে
আপোনাৰ বেয়া অভ্যাসবোৰ এৰিবলৈ
কোৱাৰ ফলত
আপুনিও নিশ্চয় এৰিবলৈ চেষ্টা কৰিব ।
[3]অন্যলোকসকলে কৰা খঙে আপোনাক
বিপদত পেলাব পাৰে কিন্তু এগৰাকী
পত্নী বা প্ৰেমিকাই আপোনাক সৰু সৰু
কথাতে খং কৰিব কিন্তু সেই
খংৰ আৰত প্ৰকৃততে মৰম হে থাকে ।
[4]এজন পুৰুষক আৰ্থিকভাবে শক্তিশালী
হোৱাত সহায় কৰে ।
[5] যদি আপোনাৰ সকলোতে
সমস্যাৰেসৃষ্টি হৈ আছে সেইসময়ত
কিন্তু "একো
চিন্তা নকৰিবা সকলো ঠিক হৈ যাব"
এনেকৈ কিছু সৰু সৰু কথাৰে আপোনাক
সাহস দিয়ে!!
[6]পুৰুষজনক সময়ৰ প্ৰতি সচেতন কৰি
তোলে আৰু দিনটোত আপুনি ক'ত কি
পৰিবেশত আছে কমেও 4/5বাৰ খবৰ লব ।
পত্নী বা প্ৰেমিকা ভগবানৰ এক অপূৰ্ব
সৃষ্টি তেওঁলোকৰ আপোনাৰ জীৱনত
প্ৰয়োজন কিমান অনুভৱ কৰক আৰু
তেওঁলোকক সুৰক্ষা দিয়ক ।
.
.
.
এইক্ষেত্ৰত একেবাৰে অনভিজ্ঞ যদিও
এটা ধাৰণাহে মোৰ হয়টো ভুলো হব
পাৰে ।
Sunday, 12 July 2015
এগৰাকী পত্নী বা প্ৰেমিকাৰ কিয় প্ৰয়োজন
Subscribe to:
Post Comments (Atom)
-
শুনিব পোৱা মতে ভুত কেইবাবিধৰো আছে। ইয়াৰে কিছুমান মাৰাত্মক,কিছুমান এনেয়ে ভয় খুওৱা স্বভাবৰ। তলত দুবিধমানৰ চিনাকি এটা আগবঢ়ালো- 1. দাউলাঃ- ...
No comments:
Post a Comment