Wednesday, 29 April 2015
Saturday, 25 April 2015
Friday, 24 April 2015
Sunday, 19 April 2015
মহিলা
কেইজনীমান বান্ধৱী লগলাগি অলপ
দূৰলৈ ফুৰিবলৈ গল।
গৈ তাত এখন হোটেল দেখিলে যত
লিখা আছিল "অকল মহিলাৰ বাবে"।
যিহেতু সিহতে গিৰিয়েক বা
বয়ফ্রেণ্ড কেইটাক লগত নিয়া নাছিল,
তেওঁলোকে তাতেই থাকিব মন
কৰিলে।
সোমায়েই মেনেজাৰক লগ পালে।
মেনেজাৰে কথাটো বুজায় দিলে
যে সৰ্বমুঠ ৫ টা মহলা আছে। যিটো
মহলা ভাল লাগে সেইটোতে থাকিব
পাৰিব। আৰু তেওঁলোকৰ সুবিধাৰ
কাৰনে কোনটো মহলাত কি আছে তাৰ
এখন ফলক প্রত্যক মহলাৰ দুৱাৰমুখত আছে।
বান্ধৱী কেইজনী ওপৰলৈ উঠিল আৰু
প্রথম মহলা পালে।
তাত লিখা আছিল "এই মহলাৰ
সকলোবোৰ পুৰুষ চাপৰ আৰু কেটেঙা"।
তেওঁলোকে থিকছে হাঁহিলে আৰু ২য়
মহলালৈ গল।
২য় মহলাত লিখা আছিল "এই মহলাৰ
সকলোবোৰপুৰুষ চাপৰ আৰু ধুনিয়া"।
বান্ধৱীকেইজনী তাতেও নৰৈ আৰু
ওপৰলে উঠিল।
৩য় মহলাত লিখা আছিল "এই মহলাৰ
সকলোবোৰপুৰুষ ওখ আৰু কেটেঙা"।
তেওঁলোকে আৰু কিবা ভাল
বিচাৰিছিল, সেইকাৰনে ২টা মহলা
বাকি থকাত আকৌ ওপৰলৈ উঠিল।
৪ৰ্থ মহলাৰ ফলকখন পাৰফেক্ট আছিল "এই
মহলাৰ সকলোবোৰ পুৰুষ ওখ আৰু ধুনিয়া"।
বান্ধৱীকেইজনী বহুত আনন্দিত হল আৰু
ভিতৰত সোমাব খুজিলে।
তেতিয়াই অনুভব হল যে এতিয়াও আৰু
এটা মহলা বাকি আছে।
৫ম মহলাত নো কি আছে তাকে ভাবি
ভাবি গোটেই কেইজনী ওপৰলৈ
উঠিল।
৫ম মহলাত গৈ তেওঁলোকে এখন ফলক
দেখিলে য'ত লিখা আছিল
"ইয়াত কোনো পুৰুষ নাই।
এই মহলাটো মাত্র এটা কথা প্রমাণ
কৰিবলৈ বনোৱা হৈছিল যে
.
.
.
.
.
...
মহিলাসকলক কেতিয়াওঁ কোনোপধ্যেই
সন্তুষ্ট কৰিব নোৱাৰি"।
বৃদ্ধ কাল
এজন ল'ৰাক তেওঁৰ গাৰ্লফ্ৰেন্ডে প্ৰশ্ন
কৰিছে--
তুমি
তোমাৰ মাক কিমান ভাল পোৱা ?
ল'ৰা--মোৰ জীৱনতকৈও বেছি ।
ছোৱালী- কিন্তু যেতিয়া তোমাৰ
মা বৃদ্ধ হ'ব,তেতিয়া তোমাৰ মাৰ প্ৰতি
মৰম ভালপোৱা
একেই থাকিবনে ???
ল'ৰাটোৱে তাৰ পকেটৰ পৰা নতুন
1000টকাৰ
নোট্ এখন উলিয়াই ছোৱালীজনীক
সুধিলে -ইয়াৰ
মূল্য কিমান ?
ছোৱালী -1000টকা।
এইবাৰ ল'ৰাটোৱে নোটখন
কেবাবাৰো হাতেৰে মুচৰি ক'লে-
এইবাৰ এই নোটখনৰ মূল্য কিমান ??
ছোৱালী -(আবাক হৈ) 1000টকা।
ল'ৰাটোৱে নোটখন পুনৰ মাটিত পেলাই
মোহাৰিলে আৰু ছোৱালীজনীক
সুধিলে -এতিয়া
ইয়াৰ মূল্য কিমান ??
ছোৱালী-(বিৰক্ত হৈ) 1000টকা।
ল'ৰা -মোৰ মা এই 1000টকীয়া নোটখনৰ
দৰে,
যিমানেই বৃদ্ধ নহওঁক মোৰ ওচৰত তেখেতৰ
মূল্য
সদায় একেই থাকিব।
আশাকৰো সকলোৱে নিজ নিজ পিতৃ
মাতৃক বৃদ্ধ বয়সত অৱহেলা নকৰে তাকেই
কামনা কৰিলো।
কি মজা
গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ গৈছিলোঁ।
কলিংবেল টিপাৰ পাচত,
গাৰ্লফ্ৰেণ্ডৰ ভনীয়েক ওলাই আহিল।
দেখিবলৈ ধুনীয়া, আৰু অলপ 'হেৰি'
ধৰণৰো।
ক'লে…,
"আজি ঘৰত কোনো নাই।
মই অকলে আছো।
ভিতৰলৈ আহক না।
অলপ কথা পাতিম…!
.
"হে ভগৱান…!
মই লগে-লগে উভতি, 'বাইক'-খনৰ ওচৰ
পালোহি।
.
ঠিক তেতিয়াই, ভিতৰৰ পৰা গোটেই
মানুহবোৰ ওলাই আহিল। ওলাই আহিয়েই
মোক সাৱটি ধৰিলে।
আৰু ক'লে…,
"তুমি পৰীক্ষাত 'পাছ' হ'লা। তোমাৰ
চৰিত্ৰ অতি উত্তম…!
.
হে হৰি…!!
কবলৈ মন গৈছিল,
.
বুৰ্বকৰ নাতি চব,
.
.
.
.
.
আব্বে…!
মইতো 'বাইক'-টো
Lock কৰিব আহিছো…!!
Friday, 17 April 2015
নাপিতৰ বিলৈ
নাপিতৰ দোকানলৈ মানুহজন আহিল ।
নাপিতক সুধিলে :-
ঃ কিমান আছে ?
নাপিত:-
ঃ চাৰিজন আছে এঘন্টা মান ৰব
লাগিব ।
মানুহজন নৰল কোবাকোবিকৈ গলগৈ ।
আকৌ নাহিল ।
দুদিন পিচত..........মানুহজন আকৌ আহিল ।
নাপিতক সুধিলে:-
ঃ কেইজন আছে ? কিমান সময় লাগিব ?
নাপিতে কলে:-
ঃ তিনিজন আছে । এঘন্টা লাগিব ।
বহকচোন ।
মানুহজন নবহিল । গলগৈ । আকৌ নাহিল
ঘূৰি ।
তিনিদিন পিচত মানুহ জন আকৌ আহিল
। সেই একেই প্ৰশ্ন ।
নাপিতৰো একেই উত্তৰ । মানুহজন গলগৈ
।ঘূৰি নাহিল ।
নাপিতৰ মনত সন্দেহ হল ।
ঃ ই চালা মোৰ ইয়াত সুধিবলৈ আহিব
আৰু চুলি ডাৰী কাটিব
বেলেগৰ চেলুনত । ৰহ তোক দি আছো ।
দুদিন পিচতে যেতিয়া মানুহজন আহি
সোধাপোচা কৰি গলগৈ
নাপিতে লগৰটোক কলে:-
ঃ ঐ যাচোন ইয়াৰ পিচে পিচে । ই কত
গৈ ডাৰী চুলিকাটেগৈ
মনে মনে চাই আহগৈ ।
লগৰ নাপিতটো পোন্ধৰ মিনিটৰ পাচত
ঘূূৰিআহিল
নাপিতে সুধিলে:-
ঃ কি দেখিলি ?
লগৰ নাপিতটোৱে কলে:-
ঃ মানুহটো চিধা আপোনাৰ ঘৰ
পালেগৈ ।ভাবীজীয়ে দৰজা
খুলি ভিতৰলৈ মাতি নি দৰজা বন্ধ
কৰিলে । তাৰ পাচত কি হৈছে
মই চাবলৈ নাপালো। ভাবীজীয়ে
কিজানি চুলি কাটি দিব ।
হাঁয়য়য়য়য়য়য়ৰেৰেৰেতেএএএএএএএ
মৰিলো
নাপিতৰ মূৰ ঘূৰাই গল । বেহুচ হৈ
চেলুনতে পৰি ৰল ।
Thursday, 16 April 2015
Tuesday, 14 April 2015
-
শুনিব পোৱা মতে ভুত কেইবাবিধৰো আছে। ইয়াৰে কিছুমান মাৰাত্মক,কিছুমান এনেয়ে ভয় খুওৱা স্বভাবৰ। তলত দুবিধমানৰ চিনাকি এটা আগবঢ়ালো- 1. দাউলাঃ- ...