গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ গৈছিলোঁ।
কলিংবেল টিপাৰ পাচত,
গাৰ্লফ্ৰেণ্ডৰ ভনীয়েক ওলাই আহিল।
দেখিবলৈ ধুনীয়া, আৰু অলপ 'হেৰি'
ধৰণৰো।
ক'লে…,
"আজি ঘৰত কোনো নাই।
মই অকলে আছো।
ভিতৰলৈ আহক না।
অলপ কথা পাতিম…!
.
"হে ভগৱান…!
মই লগে-লগে উভতি, 'বাইক'-খনৰ ওচৰ
পালোহি।
.
ঠিক তেতিয়াই, ভিতৰৰ পৰা গোটেই
মানুহবোৰ ওলাই আহিল। ওলাই আহিয়েই
মোক সাৱটি ধৰিলে।
আৰু ক'লে…,
"তুমি পৰীক্ষাত 'পাছ' হ'লা। তোমাৰ
চৰিত্ৰ অতি উত্তম…!
.
হে হৰি…!!
কবলৈ মন গৈছিল,
.
বুৰ্বকৰ নাতি চব,
.
.
.
.
.
আব্বে…!
মইতো 'বাইক'-টো
Lock কৰিব আহিছো…!!
Sunday, 19 April 2015
কি মজা
Subscribe to:
Post Comments (Atom)
-
শুনিব পোৱা মতে ভুত কেইবাবিধৰো আছে। ইয়াৰে কিছুমান মাৰাত্মক,কিছুমান এনেয়ে ভয় খুওৱা স্বভাবৰ। তলত দুবিধমানৰ চিনাকি এটা আগবঢ়ালো- 1. দাউলাঃ- ...
No comments:
Post a Comment