নাপিতৰ দোকানলৈ মানুহজন আহিল ।
নাপিতক সুধিলে :-
ঃ কিমান আছে ?
নাপিত:-
ঃ চাৰিজন আছে এঘন্টা মান ৰব
লাগিব ।
মানুহজন নৰল কোবাকোবিকৈ গলগৈ ।
আকৌ নাহিল ।
দুদিন পিচত..........মানুহজন আকৌ আহিল ।
নাপিতক সুধিলে:-
ঃ কেইজন আছে ? কিমান সময় লাগিব ?
নাপিতে কলে:-
ঃ তিনিজন আছে । এঘন্টা লাগিব ।
বহকচোন ।
মানুহজন নবহিল । গলগৈ । আকৌ নাহিল
ঘূৰি ।
তিনিদিন পিচত মানুহ জন আকৌ আহিল
। সেই একেই প্ৰশ্ন ।
নাপিতৰো একেই উত্তৰ । মানুহজন গলগৈ
।ঘূৰি নাহিল ।
নাপিতৰ মনত সন্দেহ হল ।
ঃ ই চালা মোৰ ইয়াত সুধিবলৈ আহিব
আৰু চুলি ডাৰী কাটিব
বেলেগৰ চেলুনত । ৰহ তোক দি আছো ।
দুদিন পিচতে যেতিয়া মানুহজন আহি
সোধাপোচা কৰি গলগৈ
নাপিতে লগৰটোক কলে:-
ঃ ঐ যাচোন ইয়াৰ পিচে পিচে । ই কত
গৈ ডাৰী চুলিকাটেগৈ
মনে মনে চাই আহগৈ ।
লগৰ নাপিতটো পোন্ধৰ মিনিটৰ পাচত
ঘূূৰিআহিল
নাপিতে সুধিলে:-
ঃ কি দেখিলি ?
লগৰ নাপিতটোৱে কলে:-
ঃ মানুহটো চিধা আপোনাৰ ঘৰ
পালেগৈ ।ভাবীজীয়ে দৰজা
খুলি ভিতৰলৈ মাতি নি দৰজা বন্ধ
কৰিলে । তাৰ পাচত কি হৈছে
মই চাবলৈ নাপালো। ভাবীজীয়ে
কিজানি চুলি কাটি দিব ।
হাঁয়য়য়য়য়য়য়ৰেৰেৰেতেএএএএএএএ
মৰিলো
নাপিতৰ মূৰ ঘূৰাই গল । বেহুচ হৈ
চেলুনতে পৰি ৰল ।
Friday, 17 April 2015
নাপিতৰ বিলৈ
Subscribe to:
Post Comments (Atom)
-
শুনিব পোৱা মতে ভুত কেইবাবিধৰো আছে। ইয়াৰে কিছুমান মাৰাত্মক,কিছুমান এনেয়ে ভয় খুওৱা স্বভাবৰ। তলত দুবিধমানৰ চিনাকি এটা আগবঢ়ালো- 1. দাউলাঃ- ...
No comments:
Post a Comment